ভাৰতীয় ৱিকিউৎস অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, এপ্ৰিল ২০২৩
Appearance
Outdated translations are marked like this.
Due to regulatory concerns and ongoing challenges at the organizational level, we will be pausing the sending of prizes until further notice. The community have to wait till further notice because it's difficult to commit at this time. Whenever the situation will be better, I will come back to you immediately. If you have concerns or questions please contact us at programcis-indiaorg. |
Indic Wikisource proofread-a-thon April 2023/as | |
---|---|
Status | Completed |
Genre | অনলাইন সম্পাদনা মেলা |
Begins | April 1, 2023 |
Ends | April 15, 2023 |
Country | ভাৰত |
Coordinator | User:Jayanta (CIS-A2K) |
Participants | ভাৰতীয় ৱিকিউৎসৰ সদস্যসকল |
Organised by | CIS-A2K |
Sponsor | CIS-A2K |
ৱিকিউৎস প্ৰকল্পত অনলাইন ক্ৰিয়াকলাপ প্ৰচাৰ কৰাৰ উদ্দেশ্যে চিআইএছ-এ২কে সংস্থাই ভাৰতীয় ৱিকিউৎসসমূহৰ বাবে এখন মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
সকলো ভাৰতীয় ৱিকিউৎস প্ৰকল্পত মুদ্ৰণ কৰিবলৈ এলানি ধ্ৰুপদী গ্ৰন্থ নিৰ্বাচন কৰা হৈছে। নিয়মাৱলীত উল্লেখিত নিয়ম অনুসৰি প্ৰতিটো পৃষ্ঠাৰ মুদ্ৰণ সংশোধনৰ বাবে ৱিকিমিডিয়ানজনে পয়ণ্ট লাভ কৰিব।
ই অভিজ্ঞ আৰু নতুন, এই দুয়োধৰণৰ মুদ্ৰণসংশোধক ৱিকিমিডিয়ানসকলৰ বাবে এক মুক্ত সম্পাদনা মেলা।
- এই সম্পাদনামেলা ১ এপ্ৰিল ২০২৩ ৰ পৰা ১৫ এপ্ৰিল ২০২৩ লৈকে অনুষ্ঠিত হ'ব ।
-
বাংলা ৱিকিউৎসত কিদৰে মুদ্ৰণ সংশোধন কৰে
-
সংস্কৃত ৱিকিউৎসত কিদৰে মুদ্ৰণ সংশোধন কৰে
-
তামিল ৱিকিউৎসত কিদৰে মুদ্ৰণ সংশোধন কৰে
-
মাৰাঠী ৱিকিউৎসত কিদৰে মুদ্ৰণ সংশোধন কৰে