Fundraising 2011/Banners 2/as
Appearance
Pages for translation: [edit status] | |
Interface messages high priority Translated on Translatewiki. Get started. |
In progress |
Banners and LPs (source) high priority |
In progress |
Banners 2 (source) high priority |
In progress |
Jimmy Letter 002 (source) high priority |
In progress |
Jimmy Letter 003 (source) variation of Jimmy Letter 002 |
In progress |
Jimmy Letter 004 (source) variation of Jimmy Letter 002 |
In progress |
Jimmy Mail (source) variation of Jimmy Letter 002 |
Missing |
Brandon Letter (source) | Missing |
Alan Letter (source) | Missing |
Kaldari Letter (source) | Missing |
Karthik Letter (source) | Missing |
Thank You Mail (source) | Missing |
Thank You Page (source) | Missing |
Problems donating (source) | Missing |
Recurring giving (source) | Missing |
Sue Thank You (source) | Missing |
FAQ (source) low priority |
Missing |
Various requests: Mail to past donors · Jimmy quote | |
Translation instructions |
---|
If you have any questions or feedback regarding the translation process, please post them here. Translation FAQ |
- Banners round two
- যদি এই লেখা পঢ়ি থকা প্ৰত্যেকজনেই %AMOUNT%ৰ বৰঙণি আগবঢ়াই,
আজিয়েই আমাৰ খৰচ বাবে লগা অৰ্থৰ লক্ষ্য সম্পূৰ্ণ হ’ব। - ৱিকিপিডিয়াক মুক্ত কৰি ৰাখিবলৈ দান কৰক।
- আজিৰ লক্ষ্য %AMOUNT% পাবলৈ সহায় কৰক!
- আমি এতিয়া %CURRENCY%ও গ্ৰহণ কৰো।
- %CURRENCY% আমি গ্ৰহণ কৰো।
- Banners round three
- এই বছৰৰ লক্ষ্য %AMOUNT% পাবলৈ আমাক সহায় কৰক।
- এই বছৰৰ %AMOUNT% বাজেট বৃদ্ধি কৰিবলৈ সহায় কৰক।
- আমাৰ বাৰ্ষিক লক্ষ্য: %AMOUNT%
- ৱিকিমিডিয়াৰ বাৰ্ষিক বাজেট: %AMOUNT%
- আজিৰ লক্ষ্য: %AMOUNT%
- %AMOUNT% গোটাবলৈ বাকী।
- Banners round four
- অনুগ্ৰহ কৰি পঢ়ক
ৱিকিপিডিয়াৰ সম্পাদক কাৰ্তিক নাদাৰৰ
এক ব্যক্তিগত অনুৰোধ। - Please read:
ৱিকিপিডিয়াত ১৮,০০০ সম্পাদনা কৰা
এজন সম্পাদকৰ ব্যক্তিগত অনুৰোধ।
- LPs round two
- ৱিকিপিডিয়াৰ সম্পাদক কাৰ্তিক নাদাৰৰ পৰা।
- ৱিকিপিডিয়াৰ এগৰাকী সম্পাদকৰ পৰা।
- Where your donation goes 2
- আপোনাৰ বৰঙণিৰ কিয় প্ৰয়োজন:
- ৱিকিপিডিয়া অলাভজনক ৱেবচাইট, কিন্তু ই বিশ্বৰ পঞ্চম বৃহত্তম ৱেবচাইট, তিমাহে ই প্ৰায় ৪৭০নিযুত জন মানুহৰ মাজৰ জ্ঞান প্ৰসাৰ কৰে - য’ত প্ৰতি মাহে পৃষ্ঠা দৰ্শণৰ পৰিসংখ্যা বহু কোটি হয়।
- আমাৰ অভিযানক সুদৃঢ় কৰি ৰখাৰ বাবে অশেষ চেষ্টা কৰিছো, গুগলৰ চাৰ্ভাৰৰ সংখ্যা প্ৰায় এক নিযুত। তেনেদৰে য়াহুৰ কৰ্মচাৰীৰ সংখ্যা প্ৰায় ১৩,০০০, আমাৰ চাৰ্ভাৰ মাত্ৰ ৬৭৯টা আৰু ৯৫জন কৰ্মাচাৰী।
- আমি বিজ্ঞাপন প্ৰচাৰ নকৰো, বাণিজ্য থিক আছে, বিজ্ঞাপন প্ৰচাৰ কৰাতোও বেয়া নহয়, কিন্তু এইবোৰ ৱিকিপিডিয়াৰ অন্তৰ্ভূক্ত নহয় কেতিয়াও।
- যদি এই লেখাটো কেঘণ্টামানৰ পঢ়া প্ৰতিজন পঢ়ুৱৈয়ে কম পৰিমানেও দান আগবঢ়াই সেইয়া আমাৰ এবছৰৰ খৰচৰ বাবে যতেষ্ঠ হ’ব। কিন্তু সকলোৱে সিমানখিনি দিব নোৱাৰে বা নিদিয়ে। সেইয়া থিক আছে। প্ৰতি বছৰে যতেষ্ঠ সংখ্যাক মানুহে দান দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
- আমি মাত্ৰ সিমানখিনি অৰ্থহে সংগ্ৰহ কৰো, যিখিনি আমাৰ প্ৰয়োজনীয়।
- এই বছৰ আপুনিও ১০০টকা, ২০০টকা, ৩০০০টকা বা আপুনি বিচৰা ধৰণেৰে যিকোনো পৰিমাণৰ বৰঙণি আগবঢ়াব পাৰে।