From Meta, a Wikimedia project coordination wiki
-
লিংগ পৰিচয়ৰ দ্বাৰা অংশগ্ৰহণকাৰী
-
যদিও বেছিভাগ অংশগ্ৰহণকাৰী ইতিমধ্যে বিদ্যমান আচৰণনীতিৰ বিষয়ে অৱগত, এটা ডাঙৰ শাখা ইয়াৰ বিষয়ে নিশ্চিত নহয়
-
বেছিভাগ ব্যৱহাৰকাৰী ব্যক্তিগত/গোপনীয় অভিযোগ পৰিশোধ প্ৰণালী থকাৰ পক্ষপাতী
-
বেছিভাগ অংশগ্ৰহণকাৰীয়ে ভাবে যে অভিযোগ পৰিশোধ কৰা সহজ
-
বেছিভাগ অংশগ্ৰহণকাৰীয়ে ৰাজহুৱা আচৰণ বিধি সমৰ্থন কৰে। কিছুমান অংশগ্ৰহণকাৰী নিৰপেক্ষ আছিল কিন্তু কোনেও ইয়াৰ বিৰোধিতা কৰা নাছিল
-
বেছিভাগ অংশগ্ৰহণকাৰীয়ে ৱিকিৰ বাহিৰত ৱিকি সম্পৰ্কীয় কাৰণত হাৰাশাস্তি স্বীকাৰ কৰা নাছিল