ভাৰতীয় ৱিকিউৎসৰ মুদ্ৰণ সংশোধন প্ৰতিযোগিতা, মাৰ্চ ২০২২/পুৰস্কাৰ
স্থানীয় পৰ্যায়ত পুৰস্কাৰ
![](http://upload.wikimedia.org/wikipedia/commons/thumb/1/15/First_prize_for_Bengali_Wikisource_Rabindranth_Month_Proofreading_Competition_2019.jpg/220px-First_prize_for_Bengali_Wikisource_Rabindranth_Month_Proofreading_Competition_2019.jpg)
প্ৰথম পুৰস্কাৰ -
৩,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন
দ্বিতীয় পুৰস্কাৰ -
২,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন
তৃতীয় পুৰস্কাৰ -
১,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন
চতুৰ্থৰ পৰা দশম পুৰস্কাৰ -
৫০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন
সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কাৰ
প্ৰথম পুৰস্কাৰ -
৩,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন
দ্বিতীয় পুৰস্কাৰ -
২,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন
তৃতীয় পুৰস্কাৰ -
১,০০০/- গিফ্ট ভাউচাৰ, এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন
প্ৰশাসক/পুনৰীক্ষকৰ বাবে বিশেষ পুৰস্কাৰ
টোকা:
- স্থানীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰিবলৈ অতি কমেও ৩৫০ পয়ণ্ট অৰ্জন কৰিব লাগিব আৰু সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কাৰ লাভ কৰিবলৈ অতি কমেও ১০০০ পয়ণ্ট অৰ্জন কৰিব লাগিব।
- গিফ্ট ভাউচাৰবোৰ সম্ভৱতঃ এমাজন গিফ্ট ভাউচাৰ হ'ব।
- এটা টি-ছাৰ্ট, এটা স্মাৰক চিহ্ন পঠোৱা হ'ব। কিন্তু বৰ্তমান দেশত চলি থকা ক'ভিড-১৯ বৈশ্বিক মহামাৰীৰ বাবে পুৰস্কাৰ পঠোৱাত কিছু পলম হ'ব পাৰে।
- যদিহে কোনো অংশগ্ৰহণকাৰীয়ে স্থানীয় আৰু সৰ্বভাৰতীয় দুয়োটা পৰ্যায়তে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়, তেন্তে দুয়োটা পৰ্যায়ৰ বাবে কেৱল এটা টি-ছাৰ্ট আৰু এটা স্মাৰক চিহ্নহে লাভ কৰিব। অৱশ্যে গিফ্ট ভাউচাৰৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়। সৰ্বভাৰতীয় পৰ্যায়ত গিফ্ট ভাউচাৰ লাভ কৰিলেও স্থানীয় পৰ্যায়তো গিফ্ট ভাউচাৰ লাভ কৰিব।
- ''কিছু আইনী বাধ্যবাধকতাৰ কাৰণে চিআইএছ-এ২কেয়ে ভাৰতৰ বাহিৰলৈ গিফ্ট ভাউচাৰ, টি-ছাৰ্ট আৰু স্মাৰক চিহ্ন প্ৰেৰণ কৰিব নোৱাৰিব।''
বাৰ্ণষ্টাৰ
-
প্ৰথম বাৰ্ণষ্টাৰ
-
দ্বিতীয় বাৰ্ণষ্টাৰ
-
তৃতীয় বাৰ্ণষ্টাৰ