লিংগ বৈষম্য/আন্তৰ্জাতিক নাৰী দিৱস
Celebrate Women!
ৱিকিপিডিয়াত ১৭ লাখ জীৱনী সন্নিৱিষ্ট, যাৰ ২০%ও নাৰীৰ বিষয়ে নহয়। যদি ৱিকিপিডিয়া সকলো মানৱ জ্ঞানৰ যোগফল হোৱাৰ আগ্ৰহী, তেন্তে এই ক্ষেত্ৰত পৰিৱৰ্তনৰ প্ৰয়োজন। এই বৃহৎ লিংগ বৈষম্যৰ বাবেই, আমি আমাৰ উদ্দেশ্য পূৰ্তিৰ পৰা বহু দূৰত আছোঁ। আন্তৰ্জাতিক নাৰী দিৱস এই কথাৰ অনুস্মাৰক যে নাৰীসকল আৰু অন্যান্য এনে গোট যাৰ প্ৰতিনিধিত্ব কম, আমি সেই গোটসমূহৰ বিৰুদ্ধে দেখা দিয়া বৈষম্য দূৰ কৰিবলৈ তৎপৰ হোৱা উচিত।
এই পৃষ্ঠাত এনে কেইবাটাও কাৰ্যসূচীৰ তালিকা সন্নিৱিষ্ট কৰা হৈছে যি আন্তৰ্জাতিক নাৰী দিৱস (৮ মাৰ্চ) আৰু 'নাৰীৰ ইতিহাস মাহ'ৰ আগে-পাছে অনুষ্ঠিত কৰা হ'ব, আৰু যাৰ উদ্দেশ্য লিংগ বৈষম্য হ্ৰাস কৰা। আপুনি অংশগ্ৰহণ কৰিব বিচাৰে নেকি? অনুগ্ৰহ কৰি কাৰ্যসূচীসমূহত আপুনি কৰিব বিচৰা কাৰ্য আৰু আপুনি লিখিবলৈ পচন্দ কৰা ভাষাৰ বিষয়ে ভাবক আৰু তলত উল্লিখিত কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰক!
আপোনাৰ পচন্দৰ কাৰ্যসূচী বিচাৰি নাপালে? এই সমস্যাৰ সমাধান "ৱিকিৰ শৈলী"ৰে কৰক আৰু নিজেই এটি নতুন কাৰ্যসূচী অনুষ্ঠিত কৰক! এই কাৰ্যত আপোনাক সহায় কৰিবলৈ কেইবাটাও সজুলী উপলব্ধ। সবিশেষ তথ্যৰ বাবে তলত চাওক।
মই অংশগ্ৰহণ কৰিব বিচাৰোঁ!
পদক্ষেপসমূহ
আন্তৰ্জাতিক নাৰী দিৱসৰ আগে-পাছে কেইবাটাও পদক্ষেপ আৰু অভিযান আছে। ইয়াত ক্লিক কৰি চাওক
পদক্ষেপ | বিৱৰণ | কাৰ্যসূচীসমূহ |
---|---|---|
ৱিকি-বৈষম্য | ৱিকিপিডিয়াৰ লিংগ বৈষম্য হ্ৰাস কৰিবলৈ আয়োজিত বৈশ্বিক স্তৰৰ কাৰ্যসূচীসমূহ য'ত গৰিয়সী নাৰীৰ বিষয়ে প্ৰবন্ধ লিখা হ'ব। | কাৰ্যসূচীৰ তালিকা |
ৰঙা ৰঙত নাৰী | এটি ৱিকি-কাৰ্যসূচী যাৰ উদ্দেশ্য দৰকাৰী "ৰঙা লিংক"সমূহক নীলা লিংকলৈ ৰূপান্তৰ কৰা। | দৃশ্যমান ৱিকি নাৰী/কলা + আন্দোলন/আফ্ৰিকাত নাৰী |
কলা + নাৰীবাদ | এখন আন্তৰ্জাতিক সমাজ যাৰ উদ্দেশ্য লিংগ, নাৰীবাদ, আৰু কলাৰ বিষয়ে আন্তৰ্জালত তথ্যৰ অভাৱ দূৰ কৰা। | কাৰ্যসূচীসমূহৰ তালিকা |
ৱিকি-ডন | একাধিক ৱিকিক সামৰা কাৰ্যসূচী, সমল আৰু অংশগ্ৰহণত বৈচিত্ৰ্য বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে (নাৰী, সংখ্যালঘু, প্ৰতিনিধিত্ব নথকা বা কমকৈ প্ৰতিনিধিত্ব থকা গোট) | |
ৱিকি লাভ্ছ ৱ'মেন | বাৰ্ষিক প্ৰতিযোগিতা তেওঁৰ বিষয়ে কওক- কৰ্মৰত নাৰী, চিত্ৰৰ বিৱৰণৰ মান উন্নত কৰিবলৈ। ৱিকিমিডিয়া কমন্সত structured data যোগ কৰক, ISA Toolৰ সহায়ত। মাৰ্চ ২০২১ত। | অংশগ্ৰহণ কৰক |
Les sans pagEs | A French-speaking project focusing on reducing gender biases. In March, initiatives such as 150th Anniversary of the Paris Commune 1871 (with a list of women), TinnGO, Women and Science, Multimedia Library of Suresne Edit-a-thon, Unillustrated Women |
কাৰ্যসূচীসমূহ
Feel free to add your own events below, by clicking on this link. See Best practices in scheduling a meeting.
You can also see events on the Diff calendar [১] Some events are one day only, others are the start date for an initiative. Start times where applicable are in UTC, and (00:00) is used when there is not a particular start time.
Gender gap/International Women's Day/as/Events
Activities
Create or improve an article
Text |
Improve an article with citations
Text | ||
Translate an article
Text |
xxx
xxx | ||
zzz
zzz |
yyy
yyy |